Gani bardha biography for kids



[MEMRES-5]...

দেৱজিৎ শইকীয়া

দেৱজিৎ শইকীয়া
শিক্ষাঅৰ্থনীতি বিভাগৰ স্নাতকোত্তৰ আৰু এলএলবি
শিক্ষানুষ্ঠানকটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়
জনা যায়ক্ৰিকেট, আইন আৰু ক্ৰীড়া প্ৰশাসন


দেৱজিত শইকীয়া এজন ভাৰতীয় অধিবক্তা, প্ৰথম শ্ৰেণীৰ প্ৰাক্তন ক্ৰিকেটাৰ আৰু ক্ৰিকেট প্ৰশাসক। শইকীয়া ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সম্পাদক। [1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

গুৱাহাটীত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা শইকীয়াই কটন কলেজত অধ্যয়ন কৰি অসম ক্ৰিকেট দলৰ হৈ ৰঞ্জী ট্ৰফীত খেলিছিল। তেওঁ আছিল উইকেট কীপাৰ আৰু মিডল অৰ্ডাৰৰ বেটছমেন। [2]

তেওঁ অসম ক্ৰিকেট সন্থাৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। পূব ভাৰতৰ অন্যতম পুৰণি ক্ৰীড়া সংস্থা গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক [3] হোৱাৰোপৰি শইকীয়া অসমৰ বৰ্তমানৰ এগৰাকী মহাধিবক্তা। [4]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯৬৯ চনৰ ১৯ এপ্ৰিলত গুৱাহাটীৰ উজান বজাৰৰ হেপি ভিলাত টুংগা ভদ্ৰ শইকীয়া আৰু দীপিকা শইকীয়াৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ তেওঁৰ ঘৰুৱা নাম ‘লন’ বুলি বেছিকৈ পৰিচিত আছিল। তেখে